
My Latest Posts
- আধৰুৱা প্ৰেমআজি হেনো তাইক চাবলৈ কোনোবা ধনী ঘৰৰ একমাত্র ল’ৰা আহিব!নাহিবই বা কিয় মই তাইক কথা দিয়াৰ নিচিনাকৈ তাইৰ সপোনবোৰক সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, তাইক মোৰ কৰিবলৈ এটা চাকৰিয়ে আজিলৈ যোগাৰ কৰিব নোৱাৰিলোঁ। লৰাজনে যদি তাইক পছন্দ কৰে তাই সোনকালেই বিয়া হৈ যাব।ধেই মই নো এইবোৰ কি ভাবিছোঁ, আহি লওঁক লৰাজন পিছত গম পামেই কথাবোৰ….(হঠাৎ)ঐ ৰাকেশ কতContinue reading “আধৰুৱা প্ৰেম”